শংকৰদেৱ শিশু নিকেতন, THE SNARE, CLASS - VI, পাঠভিত্তিক প্ৰশ্ন-উত্তৰ
THE SNARE
Comprehension:
-
I. Answer
the following questions: -
(তলৰ প্ৰশ্নবোৰৰ উত্তৰ
দিয়া -)
1. Who do you think is the speaker in the poem?
(কবিতাটোৰ বক্তা বুলি
তুমি কাক ভাবা?)
Ans: - I think the author is the speaker in
the poem.
(মই ভাবো কবিয়েই হৈছে
কবিতাটিৰ বক্তা)
2. What does he/she hear?
(সি বা তাই কি
শুনে?)
Ans: - He/She hears a sudden cry of pain.
(সি
বা তাই হঠাৎ এটা বিষৰ কান্দোন শুনে।)
3. What
is the rabbit crying for?
(শহা পহুটোৱে কিহৰ বাবে
কান্দি আছে?)
Ans:- The rabbit is crying for aid or
pain.
(শহা
পহুটোৱে সহায় আৰু বিষৰ বাবে কান্দে আছে।)
4. What
makes the rabbit wrinkles its face?
(শহা
পহুটোৰ মুখমণ্ডল কিহে কোঁচ খোৱাইছে?)
Ans:- The pain and the fear wrinkle the
rabbit’s face.
(ভয় আৰু বিষে শহা পহুটোৰ
মুখমণ্ডল কোঁচ খোৱাইছে।)
5. Is the
poet able to locate the snare?
(কবিয়ে
ফানখন বিচাৰি উলিয়াবলৈ সক্ষম হয় নে?)
Ans: - No, the poet is not able to locate
the snare.
(নাই, কবিয়ে ফানখন বিচাৰি
উলিয়াবলৈ সক্ষম নহয়।)
6. What
do you understand by the expression, “the frightened air”?
(ত্ৰাসিত বাতাবৰণ
অভিব্যক্তিৰ দ্বাৰা তুমি কি বুজিছা?)
Ans: - The phrase refers to the fearful
atmosphere due to the painful cries of the frightened rabbit. Or the cries of
the trapped rabbit are creating an atmosphere of fright.
(এই বাক্যাংশই ভাতিগ্ৰস্ত
শহাপহুটোৰ বেদনাপূৰ্ণ কান্দোনৰ ফলত সৃষ্টি হোৱা এক ভীতিগ্ৰস্ত বাতবৰণক বুজাইছে।)
II. Pick out the words that rhyme with: -
i) snare ii)
aid, iii) face, iv) pain
Ans: - i) snare ……………. Air
ii) aid ……………… afraid
iii) face …………..… place
iv) pain ……………. Again
III. In the word “wrinkle”, ‘W’ is silent, think of other words
beginning with silent ‘W’.
Ans:- write, wrist, wrick, wring, writ
IV. Describe a rabbit using the following hints.
Furry,
white, soft-coat, cleft-lip, whiskers, timid, carrot.
Ans: -
Comments
Post a Comment