শংকৰদেৱ শিশু নিকেতন, RIP VAN WINKLE, শ্ৰেণী - ষষ্ঠ মান

 

RIP VAN WINKLE

ৰিপ ভান উইংকল

Comprehension: -

1. Answer the following questions: -

a) What did Rip do when his wife got angry with him? 

(ঘৈনীয়েকে যেতিয়া খং কৰিছিল ৰিপে কি কৰিছিল?)

Ans: - When Rip’s wife got angry with him then he would go away into the mountains to hide from her.

(যেতিয়া ৰিপৰ ঘৈনীয়েকে তেওঁৰ সৈতে খং কৰিছিল তেওঁ তাইৰ পৰা লুকাবলৈ পৰ্বতলৈ গুছি গৈছিল।)

b) What was the name of Rip’s dog?

(ৰিপৰ কুকুৰটোৰ নাম কি আছিল?)

Ans: - The name of Rip’s dog was Wolf.

(ৰিপৰ কুকুৰটোৰ নাম আছিল ৱ'ল্ফ।)

c) Why did Rip fall fast asleep?

(ৰিপ কিয় গভীৰভাৱে নিদ্ৰামগ্ন হৈছিল?)

Ans: - A strange man gave him a glass of pink water and after drinking it he fell fast asleep.

(এজন অচিনাকী মানুহে তেওঁক এগিলাচ গোলপীয়া পানী দিছিল আৰু পানী গিলাচ খাই তেওঁ গভীৰভাৱে নিদ্ৰামগ্ন হৈছিল।)

d) Who did the young woman look like?

(ডেকা মহিলাগৰাকী দেখাত কাৰ নিচিনা আছিল?)

Ans: - The young woman looked like Rip’s wife.

(ডেকা মহিলাগৰাকী দেখাত ৰিপৰ ঘৈনীয়েকৰ নিচিনা আছিল। )

e) Who was the young woman?

(ডেকা মহিলাগৰাকী কোন আছিল?)

Ans: - The young woman was Rip’s daughter Judith.

(ডেকা মহিলা গৰাকী ৰিপৰ জীয়েক জুডিথ আছিল।)

f) How long did Rip sleep in the mountain?

(ৰিপে পৰ্বতত কিমান সময় টোপনি নাৰিছিল?)

Ans: - Rip had been sleep in the mountain for twenty years.

(ৰিপে পৰ্বতত বিশ বছৰ টোপনি মাৰিছিল।)

 

Composition: -

(a) Write a paragraph on Rip Van Winkle.

(ৰিপ ভান উইংকলৰ বিষয়ে এটা দফা লিখা।)

Ans: - Rip Van Winkle was a simple, sober and a kind neighbour. He was lazy. He had a dog named Wolf. When his wife scolded him for his laziness then he would go away into the mountains to hide from her. His daughter name was Judith. One day he and his dog climbed to the highest part of the mountains. In the mountain a strange man gave him a glass of pink water. After drinking it, he fell into a deep sleep for twenty years.

(ৰিপ ভান উইংকল এজন সৰল, গম্ভীৰ আৰু দয়ালু প্ৰতিবেশী ব্যক্তি আছিল। তেওঁ এলেহুৱা আছিল। তেওঁৰ ৱ'ল্ফ নামেৰে এটা কুকৰ আছিল। যেতিয়া তেওঁৰ ঘৈনীয়েকে তেওঁক আলস্যৰ বাবে গালি পাৰিছিল তেতিয়া তেওঁ তাইৰ পৰা লুকাবলৈ পৰ্বতলৈ গুছি গৈছিল। তেওঁৰ জীয়েকৰ নাম জুডিথ আছিল। এদিনাখন তেওঁ আৰু তেওঁৰ কুকুৰটোৱে পৰ্বতৰ একেবাৰে ওপৰ অংশলৈ গুছি গৈছিল। পৰ্বতত এজন অচিনাকী মানুহে তেওঁক এগিলাচ গুলপীয়া পানী খাবলৈ দিছিল আৰু পানী গিলাচ খোৱাৰ পিছত তেওঁ বিশ বছৰলৈ গভীৰ টোপনীত পৰিছিল। )

(b) Narrate what happened when Rip went back to his village after twenty years.

(ৰিপে যেতিয়া বিশ বছৰৰ পিছত গাওঁলৈ উভতি আহিছিল তেতিয়া কি ঘটিছিল বাখ্যা কৰা।)

Ans: - When Rip went back to his village after twenty years his village had completely changed. The people of his village were also not familiar to him. His house had fallen down. People stared at him and the dogs barked at him.

(ৰিপে যেতিয়া বিশ বছৰৰ পিছত গাওঁলৈ উভতি আহিছিল তেতিয়া তেওঁৰ গাওঁখন সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। গাওঁৰ মানুহবোৰ তেওঁৰ বাবে পৰিচিত হৈ থকা নাছিল। তেওঁৰ ঘৰটো পৰি গৈছিল। মানুহবোৰে তেওঁক ৰ লাগি চাইছিল আৰু কুকুৰবোৰে ভুকিছিল।)

 

Grammar and usage

(ব্যাকৰণ আৰু ব্যৱহাৰ)

1. Fill in the blanks choosing the correct adverb from the box given below: -

 (তলত দিয়া বাকচটোৰ পৰা শুদ্ধ ক্ৰিয়া-বিশেষণ বাছি খালীঠাইবোৰ পুৰণ কৰা।)

(loudly, beautifully, fairly, carefully, completelty)

a) She is opening the box ……………..

b) I………..forgot about it.

c) It is a…………….written novel.

d) Mira is reading the poem…………….

e) She is…………..beautiful.

Ans: -

a) She is opening the box carefully.

(তাই বাকচটো সাৱধানেৰে খুলি আছে।)

b) I completely forgot about it.

(মই সম্পূৰ্ণৰূপে এইটোৰ বিষয়ে পাহৰিছিলো।)

c) It is a beautifully written novel.

(এইখন সুন্দৰকৈ লিখা এখন উপন্যাস।)

d) Mira is reading the poem loudly.

(মীৰাই কবিতাটো জোৰেৰে পঢ়ি আছে।)

e) She is fairly beautiful.

(তাই কিছু পৰিমাণে সুন্দৰ।)

2. Rewrite the following sentences using simple past forms of the verbs given in brackets: -

(বন্ধনীৰ মাজত থকা ক্ৰিয়াবোৰৰ সামান্য অতীত কালৰ ৰূপ লিখি বাক্যবোৰ পুনৰাই লিখা।)

a. I (pay) the money by cheque.

b. The ripe fruit (fall) from the tree.

c. She (lock) her jewels in the safe.

d. He (lay) his coat over a chair.

e. She (lie) about her age in order to get the job.

Ans: -

a. I paid the money by cheque.

(মই টকাখিনি চেকেৰে পৰিশোধ কৰিছিলো।)

b. The ripe fruit fell from the tree.

(পূৰঠ ফলটো গছৰ পৰা সৰিছিল।)

c. She locked her jewels in the safe.

(তাই অলংকাৰবোৰ চন্দুকৰ ভিতৰত তলা লগাই থৈছিল।)

d. He laid his coat over a chair.

(তেওঁ তেওঁৰ কোট চোলাটো চকীৰ ওপৰত থৈছিল।)

e. She lied about her age in order to get the job.

(তাই চাকৰীটো পাবৰ উদ্দেশ্যে তাইৰ বয়সৰ বিষয়ে ফাকি দিছিল।)

3. Find out the adjectives used in the lesson and make sentences with them.

(পাঠটোৰ পৰা বিশেষণবোৰ বাছি উলিওৱা আৰু সিহঁতৰে একোটাকৈ বাক্য সাজা।)

Ans: -

i) Simple: - He is a simple boy.

(সাধাৰণ, সৰলঃ- সি এজন সাধাৰণ ল'ৰা।)

ii) Sober: - His father was a sober person.

(ধীৰ-স্থিৰঃ- তেওঁৰ দেউতাক এজন ধীৰ-স্থিৰ ব্যক্তি আছিল।)

iii) Lazy: - Sunita’s brother is very lazy.

(এলেহুৱাঃ- সুনিতাৰ ভায়েক বৰ এলেহুৱা।)

iv) Green: - My pen is green.

(সেউজীয়াঃ- মোৰ কলমটো সেউজীয়া।)

v) Heavy: - The box is very heavy.

(গধুৰঃ- বাকচটো বৰ গধুৰ।)

vi) Strange: - I saw a strange man on the road.

(অদ্ভুতঃ- মই ৰাস্তাত এজল অদ্ভুত মানুহ দেখিছিলো।)

4. Rearrange the following sentences in order of their sequences of events.

( তলৰ বাক্যবোৰ ঘটনাক্ৰম অনুসৰি পুনৰ সজাই লিখা।)

Ans: -

i) One day Rip Van Winkle fell asleep in the mountains.

ii) He woke up when he heard a man calling him.

iii) Rip agreed to carry the man’s barrel into the valley.

iv) After drinking the pink water from the barrel, he fell into a deep sleep.

v) He woke up after twenty years.


Comments

Popular posts from this blog

Privacy Policy

PRIVACY POLICY INDIAN POLITY BY LAXMIKANT

Privacy Policy GHOTANA CHOKRA SAMANYA GYAN