শংকৰদেৱ শিশু নিকেতন, MAROONED SWISS FAMILY, পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

 

MAROONED SWISS FAMILY

(নিৰ্জন দ্বীপত বাস কৰা ছুইজাৰলেণ্ডৰ পৰিয়ালটো)

Comprehension: -

1. Why did Flora excitedly?

(ফ্ল'ৰাই কিয় উত্তেজিত হৈ ভুকিছিল?)

Ans: - Flora barked excitedly because he saw a flock of flamingos.

(ফ্ল'ৰাই কি. উত্তেজিত হৈ ভুকিছিল কাৰণ সি এজাক ফ্লেমিংগো চৰাই দেখিছিল।)

2. Where did the family build the house? What was the contribution of Fritz and the author in building the house?

(পৰিয়ালটোৱে ঘৰটো ক'ত সাজিছিল? ঘৰটো নিৰ্মাণ কৰাত ফ্ৰিট্জ আৰু লেখকৰ অৱদান কি কি আছিল?)

Ans: - The family built the house in a giant tree.

        Fritze and the author had more contributions to building the house. They cut the pieces of bamboos. They cut away the branches in the middle of the tree. Then they nailed down some planks and made a floor with a wooden fence around it. They hung six hammocks on to some higher branches. They covered the branches above them with sail cloth to make a roof.

(পৰিয়ালটোৱে ঘৰটো এজোপা প্ৰকাণ্ড ঘৰত সাজিছিল।

             ঘৰটো নিৰ্মাণ কৰাত ফ্ৰিট্জ আৰু লেখৰ বহুটো অৱদান আছিল। সিহঁতে বাঁহ কাটিছিল। সিহঁতে গছজোপাৰ মাজ অংশৰ পৰা ডালিবোৰ কাটি পেলাইছিল। তাৰ পিছত সিহঁতে কিছুমান তক্তাত গজাল মাৰিছিল আৰু কাঠৰ বেৰেৰে ঘেৰাও কৰি এখন মজিয়া সাজিছিল। সিহঁতে ওপৰৰ কিছুমান ডালিত ছয়খন দোলনা ওলমাইছিল। সিহঁতে এখন চালি সাজিবলৈ ঢৰীয়া কাপোৰেৰে (sail cloth) সিহঁতৰ ওপৰত থকা ডালিবোৰ ঢাকি দিছিল।)

3. Where was the dining room? How was it made?

(ভোজন কক্ষটো ক'ত আছিল? ইয়াক কেনেদৰে সজা হৈছিল?)

Ans: - The dining room was at the foot of the tree. It was made by a table and some benches.

(ভোজন কক্ষটো গছজোপাৰ তলৰ অংশত আছিল। ইয়াক এখন মেজ আৰু কেইখন মান বেঞ্চেৰে সজা হৈছিল।)

4. What did they do on the Sunday after they finished building the house?

(সিহঁতে ঘৰটো সাজি সম্পূৰ্ণ কৰাৰ পিছত দেওবাৰৰ দিনটোত কি কৰিছিল?)

Ans: - After finished building the house they prayed, rest and pleasant talk on the Sunday.

(সিহঁতে ঘৰটো সাজি সম্পূৰ্ণ কৰাৰ পিছত দেওবাৰৰ দিনটোত প্ৰাৰ্থনা কৰিছিল, জিৰণি লৈছিল আৰু আনন্দদায়ক কথা পাতিছিল।)

5. Who didn’t agree to the name Eagle’s Nest? Why?

(কোনে ঈগল নেষ্ট নামটোত সন্মত হোৱা নাছিল?)

Ans: - The author did not agree to the name Eagle’s Nest. He did not to the Eagle’s Nest because the Eagle is the king of the birds but they were not kings then.

(কবিয়ে ঈগল নেষ্ট নামটোত সন্মত হোৱা নাছিল কাৰণ ঈগল হৈছে চৰাইৰ ৰজা কিন্তু তেওঁলোক তেতিয়াও ৰজা হোৱা নাছিল।)

6. “I think it’s time for us to give a name to our home”.

("মই ভাবো এয়া আমাৰ ঘৰটোক নামাকৰণ কৰাৰ সময়।")

a) Who spoke these words to whom?

(এই বাক্যশাৰী কোনে কৈছিল আৰু কাক কৈছিল?)

Ans: - The author spoke these words to his family.

(এই বাক্যশাৰী কবিয়ে তেওঁৰ পৰিয়ালটোক কৈছিল।)

b) Why did he want to name the other parts of the island as well?

(তেওঁ কিয় দ্বীপটোৰ আন আন অংশৰ নাম দিব বিচাৰিছিল?)

Ans: - He wanted to name the other parts of the island as well because that will remind them of their adventures.

(তেওঁ দ্বীপটোৰ আন আন অংশৰ নাম দিব বিচাৰিছিল কাৰণ সেইবোৰে তেওঁলোকক দুঃসাহসিক অভিজ্ঞতাৰ বিষয়ে মনত পেলাই দিব।)

c) Which was the first place to be named?

(নামাকৰণ কৰা প্ৰথমখন ঠাই কোনখন আছিল?)

Ans: - “Safety Bay” was the first place to be named.

("চেফ্টি বে" আছিল নামাকৰণ কৰা প্ৰথমখন ঠাই।)

B. Make sentences with the following: -

(তলত দিয়াবোৰৰ সৈতে বাক্য সাজাঃ-)

Eg. – On the grass:- I like to walk on the grass in the morning.

(যেনেঃ- ঘাঁহৰ ওপৰতঃ- মই ৰাতিপুৱা ঘাঁহৰ ওপৰত খোজকাঢ়ি ভাল পাওঁ।)

(i) to one of the lower branches, (ii) of our giant tree, (iii) under the tree, (iv) into the house, (v) over the branches, (vi) on the back of the cow, (vii) with a wooden fence, (viii) by the river, (ix) in front of us

Ans: - 

(i) to one of the lower branches: - The boy threw a rope to one of the lower branches.

(তলৰ ডালি এডাললৈঃ- ল'ৰাজনে তলৰ ডালি এডাললৈ এডাল ৰছী দলি মাৰিছিল।)

(ii) of our giant tree: - We cut some branches of our giant tree.

(আমাৰ প্ৰকাণ্ড গছজোপাতঃ- আমি আমাৰ প্ৰকাণ্ড গছজোপাৰ পৰা কিছুমান ডালি কাটিছিলো।)

(iii) under the tree: - The old man is sleeping under the tree.

(গছৰ তলতঃ- বৃদ্ধ মানুহজনে গছৰ তলত শুই আছে।)

(iv) into the house: - They came into the house.

(ঘৰৰ ভিতৰলৈঃ- সিহঁতে ঘৰটোৰ ভিতৰলৈ আহিছিল।)

(v) over the branches: - The birds are flying over the branches.

(ডালিবোৰৰ ওপৰতঃ- চৰাইবোৰে ডালিবোৰৰ ওপৰত উৰি আছে।)

(vi) on the back of the cow: - A bird is sitting on the back of the cow.

(গৰুৰ পিঠিতঃ- এজনি চৰাই গৰুটোৰ পিঠিত বহি আছে।)

(vii) with a wooden fence: - We covered the house with a wooden fence.

(কাঠৰ বেৰেৰেঃ- আমি ঘৰটো এখন কাঠৰ বেৰেৰে আৱৰি দিছিলো।)

(viii) by the river: - They traveled by the river.

(নদীৰেঃ- তেওঁ নদীৰে ভ্ৰমণ কৰিছিল।)

(ix) in front of us: - They are sitting in front of us.

(আমাৰ সন্মুখতঃ- সিহঁতে আমাৰ সন্মুখত বহি আছে।)


Comments

Popular posts from this blog

Privacy Policy

PRIVACY POLICY INDIAN POLITY BY LAXMIKANT

Privacy Policy GHOTANA CHOKRA SAMANYA GYAN